“তোমাৰ সাম্ৰাজ্য প্ৰবাহিত হওক হাজাৰ আঠহাজাৰ প্ৰজন্মলৈ/ যেতিয়ালৈকে শিলগুটিবোৰ শেলুৱৈসিক্ত শিলাখন্ডলৈ ৰূপান্তৰিত নহয়৷’এই ভাবাৰ্থৰে মাত্ৰ দুশাৰীৰ ৰাষ্ট্ৰীয় সংগীত জাপানৰ৷ পৃথিবীৰ সবাটোকৈ চুটি ৰাষ্ট্ৰীয় সংগীতটিয়ে যেন“ কথা কম , কাম বেছি ’ জাপানীসকলৰ চাৰিত্ৰি…

Share on
Read More

অচিনাকি চহৰ এখনত সন্ধিয়া উদ্দেশ্যহীনভাবে খোজকাঢ়ি ঘূৰি ফুৰাৰ মজাই সুকিয়া৷ তাতে যদি চহৰখন হয় জাপানৰ কিয়ট’৷ সুশৃংখল আৰু নিৰাপদ এখন চহৰ৷ নাই হাই-উৰুমি, নাই ঠেলা-হেঁচা, নাই বাট-পথৰ অপৰাধ অথবা অনিয়ম৷ আন্ধাৰ গাঢ় হৈ আহে মানে ক্ৰমাৎ মায়াবী হৈ আহিছিল চহৰখন৷ চহৰখ…

Share on
Read More

সৰুৰে পৰা শুনি অহা হিৰোছিমা আৰু নাগাছাকি নামৰ দুটা বিভীষিকাময় শব্দ, কুৰোশ্বোৱাৰ চিনেমা আৰু মূৰাকামীৰ গল্পই মনত স্‌ষ্টি কৰিছিল জাপান নামৰ দেশখনৰ প্ৰতি সীমাহীন কৌতুহল৷ সেয়ে টকিঅ’ৰ মাটিত ভৰি দিয়াৰ পুৱাটোতেই সময় নষ্ট নকৰাকৈ যাত্ৰাৰ ভাগৰ নেওচি খোজ কঢ়াৰ সিদ্…

Share on
Read More