লকডাউন সময়ৰ দুটা বিপৰীত অভিজ্ঞতা৷ প্ৰথমটো- আমাৰ অসমৰ এজন জনপ্ৰিয় শিল্পী লকডাউনৰ সময়ছোৱাত ভিতৰত সোমাই থাকি অবসাদগ্ৰস্ত হৈ পৰিছিল৷ তেঁওক ভাল পাওঁ কাৰণে আৰু ঘৰুৱাভাবে কিছু সম্পৰ্ক থকাৰ বাবে কথাটো জানিব পাৰি ফোন কৰিছিলো৷ হয়, কথা পাতি জানিব পাৰিছিলো তেঁও বি…
Read Moreপ্ৰায় তিনি দশক পূৰ্বে সত্যজিৎ ৰায়ৰ এক গল্প পঢ়িছিলো৷ কল্পবিজ্ঞান গল্প হিচাপে তেতিয়া পঢ়ি খুব ভাল লাগিছিল৷ অকলশৰীয়া এক বৃদ্ধই লগুৱা কৰি ৰাখিছে এটা ৰবট৷ ৰবটৰ নাম গুণধৰ৷ একান্ত বিশ্বস্ত লগুৱা গুণধৰৰ বিভিন্ন আমোদজনক কান্ডৰ পিচত গল্পৰ শেষত আহি পৰে এক ত্ৰেজেদি…
Read More“তোমাৰ সাম্ৰাজ্য প্ৰবাহিত হওক হাজাৰ আঠহাজাৰ প্ৰজন্মলৈ/ যেতিয়ালৈকে শিলগুটিবোৰ শেলুৱৈসিক্ত শিলাখন্ডলৈ ৰূপান্তৰিত নহয়৷’এই ভাবাৰ্থৰে মাত্ৰ দুশাৰীৰ ৰাষ্ট্ৰীয় সংগীত জাপানৰ৷ পৃথিবীৰ সবাটোকৈ চুটি ৰাষ্ট্ৰীয় সংগীতটিয়ে যেন“ কথা কম , কাম বেছি ’ জাপানীসকলৰ চাৰিত্ৰি…
Read Moreঅচিনাকি চহৰ এখনত সন্ধিয়া উদ্দেশ্যহীনভাবে খোজকাঢ়ি ঘূৰি ফুৰাৰ মজাই সুকিয়া৷ তাতে যদি চহৰখন হয় জাপানৰ কিয়ট’৷ সুশৃংখল আৰু নিৰাপদ এখন চহৰ৷ নাই হাই-উৰুমি, নাই ঠেলা-হেঁচা, নাই বাট-পথৰ অপৰাধ অথবা অনিয়ম৷ আন্ধাৰ গাঢ় হৈ আহে মানে ক্ৰমাৎ মায়াবী হৈ আহিছিল চহৰখন৷ চহৰখ…
Read Moreসৰুৰে পৰা শুনি অহা হিৰোছিমা আৰু নাগাছাকি নামৰ দুটা বিভীষিকাময় শব্দ, কুৰোশ্বোৱাৰ চিনেমা আৰু মূৰাকামীৰ গল্পই মনত স্ষ্টি কৰিছিল জাপান নামৰ দেশখনৰ প্ৰতি সীমাহীন কৌতুহল৷ সেয়ে টকিঅ’ৰ মাটিত ভৰি দিয়াৰ পুৱাটোতেই সময় নষ্ট নকৰাকৈ যাত্ৰাৰ ভাগৰ নেওচি খোজ কঢ়াৰ সিদ্…
Read More