অচিনাকি চহৰ এখনত সন্ধিয়া উদ্দেশ্যহীনভাবে খোজকাঢ়ি ঘূৰি ফুৰাৰ মজাই সুকিয়া৷ তাতে যদি চহৰখন হয় জাপানৰ কিয়ট’৷ সুশৃংখল আৰু নিৰাপদ এখন চহৰ৷ নাই হাই-উৰুমি, নাই ঠেলা-হেঁচা, নাই বাট-পথৰ অপৰাধ অথবা অনিয়ম৷ আন্ধাৰ গাঢ় হৈ আহে মানে ক্ৰমাৎ মায়াবী হৈ আহিছিল চহৰখন৷ চহৰখ…