বাহিৰা কিতাপ৷ হয় তেনেকৈয়ে কোৱা হৈছিল সেই কিতাপবোৰক৷ এতিয়াও হয়তো কয়৷ বাহিৰা মানে পাঠ্যক্ৰমৰ বাহিৰৰ৷ পঢ়াৰ সময়ত লুকাইচুৰকৈ মেলি লোৱাটো ভয়ংকৰ অপৰাধ৷ শাস্তি আছিল গালিৰ পৰা চৰ পৰ্যন্ত৷ তথাপি আপোন আছিল কিতাপবোৰ৷ চাৰিআলিৰ সৰু লাইব্ৰেৰীটোত কিতাপনো আছিল কিমান! ক…

Share on

সৰুতে চাৰ্কাচ চাইছিল নিশ্চয়৷ সেই বয়সৰ মানসিক সমলৰে এনেকুৱা লগা নাছিল নে যে দুনিয়াৰ আতাইতকৈ জনপ্ৰিয় ব্যক্তিজন হৈছে চাৰ্কাচৰ জ’কাৰ জন৷ অৰ্থাৎ জনপ্ৰিয়তা বিষয়টো আপেক্ষিক৷ জনপ্ৰিয় হলেই আমি এজন ব্যক্তিৰ পৰা সামাজিক দায়বদ্ধতা আশা কৰিব পাৰিম জানো? জনপ্ৰিয় ব্যক…

Share on

লকডাউন সময়ৰ দুটা বিপৰীত অভিজ্ঞতা৷ প্ৰথমটো- আমাৰ অসমৰ এজন জনপ্ৰিয় শিল্পী লকডাউনৰ সময়ছোৱাত ভিতৰত সোমাই থাকি অবসাদগ্ৰস্ত হৈ পৰিছিল৷ তেঁওক ভাল পাওঁ কাৰণে আৰু ঘৰুৱাভাবে কিছু সম্পৰ্ক থকাৰ বাবে কথাটো জানিব পাৰি ফোন কৰিছিলো৷ হয়, কথা পাতি জানিব পাৰিছিলো তেঁও বি…

Share on

প্ৰায় তিনি দশক পূৰ্বে সত্যজিৎ ৰায়ৰ এক গল্প পঢ়িছিলো৷ কল্পবিজ্ঞান গল্প হিচাপে তেতিয়া পঢ়ি খুব ভাল লাগিছিল৷ অকলশৰীয়া এক বৃদ্ধই লগুৱা কৰি ৰাখিছে এটা ৰবট৷ ৰবটৰ নাম গুণধৰ৷ একান্ত বিশ্বস্ত লগুৱা গুণধৰৰ বিভিন্ন আমোদজনক কান্ডৰ পিচত গল্পৰ শেষত আহি পৰে এক ত্ৰেজেদি…

Share on

“তোমাৰ সাম্ৰাজ্য প্ৰবাহিত হওক হাজাৰ আঠহাজাৰ প্ৰজন্মলৈ/ যেতিয়ালৈকে শিলগুটিবোৰ শেলুৱৈসিক্ত শিলাখন্ডলৈ ৰূপান্তৰিত নহয়৷’এই ভাবাৰ্থৰে মাত্ৰ দুশাৰীৰ ৰাষ্ট্ৰীয় সংগীত জাপানৰ৷ পৃথিবীৰ সবাটোকৈ চুটি ৰাষ্ট্ৰীয় সংগীতটিয়ে যেন“ কথা কম , কাম বেছি ’ জাপানীসকলৰ চাৰিত্ৰি…

Share on